Home › English (English) › star

star

English (English)
General Vocabulary

Definitions & Meanings

1 Material Noun
A self-luminous celestial body consisting of a mass of gas held together by its own gravity in which the energy generated by nuclear reactions in the interior is balanced by the outflow of energy to the surface
Translation: নিজৰ মহাকৰ্ষণ বলৰ জৰিয়তে একত্ৰ কৰি ৰখা গেছেৰে গঠিত নিজা পোহৰ থকা এক মহাজাগতিক বস্তু, যি তাৰ অভ্যন্তৰত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা উত্পন্ন হোৱা শক্তি আৰু পৃষ্ঠলৈ বাহিৰ কৰি দিয়া শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে ৷
2 Common Noun
the principal character in a play, movie, novel or poem
Translation: এখন নাটক, বোলছবি, উপন্যাস বা কবিতাৰ মুখ্য চৰিত্ৰ