force
Definitions & Meanings
1
Abstract Noun
physical power or strength possessed by sb/sth
Translation: কোনো জীৱ বা বস্তুৰ শাৰীৰিক ক্ষমতা বা শক্তি
2
Verb-Trans.
to force to do something by threatening of dare consequence if not done.
Translation: নকৰিলে বেয়া পৰিণতি হোৱাৰ ভয় দেখুৱাই কোনো কাম কৰিবলৈ ক।
3
Proper Adj.
A force is a push or pull upon an object resulting from the object`s interaction with another object. Whenever there is an interaction between two objects, there is a force upon each of the objects. When the interaction ceases, the two objects no longer experience the force.
Translation: কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়৷ অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক`ব পাৰি৷ বল হৈছে এটা ভেক্টৰ বা সদিশ ৰাশি, অৰ্থাৎ বলৰ মান আৰু দিশ দুয়োটা থাকে৷