fixed
Definitions & Meanings
1
Proper Adj.
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
Translation: সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
2
Proper Adj.
Something that is motionless or can not be moved from its place.
Translation: যি চলনশীল নহয় বা যিটোক তাৰ স্থানৰ পৰা লৰচৰ কৰিব নোৱাৰি।
3
Proper Adj.
destined to happen; free from doubt as to the reliability, character, action, etc., of something
Translation: যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা