fail
Definitions & Meanings
1
Abstract Noun
The inability to function or perform satisfactorily
Translation: সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
2
Verb-Intran.
to prove deficient or lacking; perform ineffectively or inadequately
Translation: অপৰিপূৰ্ণতা বা অভাৱ প্ৰমাণিত কৰা; অকাৰ্য্যকৰীভাৱে বা অনুপযুক্তভাৱে কাৰ্য্য কৰা