end
Definitions & Meanings
1
Abstract Noun
The point in time when an action, an event, or a phenomenon ceases or is completed.
Translation: যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷
2
Material Noun
the underground growth (of a plant) that keeps the plant in the ground and supplies nutrients
Translation: (এজোপা গছৰ) মাটিৰ তলত হোৱা বৃদ্ধি, যি গছজোপাত মাটিত ধৰি ৰাখে আৰু পুষ্টি যোগায় ৷
3
Verb-Trans.
To bring or come to an end
Translation: কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
4
Material Noun
a part or structure situated at or forming the end of something
Translation: কোনো বস্তুৰ একেবাৰে শেষত বা মূৰত থকা অংশ
Translations in Other Languages
2 linked terms
অসমীয়া (Assamese)