ইংৰাজী
Definitions & Meanings
1
প্ৰকৃত বিশেষণ
ইংৰাজৰ বা ইংলেণ্ড সম্পৰ্কীয়
Translation: English, related to England
2
গুণবাচক বিশেষ্য
আদিতে ইংলেণ্ডৰ কথিত ভাষা, এতিয়া সমগ্ৰ বিশ্বৰ সংযোগী ভাষা হিচাপে মনা হয়
Translation: the language originally spoken in England; now considered to be the lingua franca of the world
Translations in Other Languages
1 linked term
English (English)
english
Imported lexicon translation