আই
Definitions & Meanings
1
জাতিবাচক বিশেষ্য
গৰ্ভধাৰণ কৰি এটা শিশুক জন্ম দিয়া বা লালন-পালন কৰা এগৰাকী নাৰী
Translation: A woman who conceives, gives birth to, or raises and nurtures a child
2
জাতিবাচক বিশেষ্য
ই এবিধ বেমাৰ, চালত গুটি গুটি উঠে, খজোৱাই, জ্বৰ-বমি হয়৷ কেতিয়াবা নিৰাময় হোৱাৰ পিছতো চালৰ ডাগ নাযায়|যেনে বৰ আই,সৰু আই,ইত্যাদি
Translation: A disease characterized by purulent skin eruptions that may leave pockmarks, often caused by various animal viruses. i.e. Small pox,Chicken pox
3
গুণবাচক বিশেষ্য
বয়সীয়া মহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা সন্মানবোধক এক সম্বোধন৷ বহুতে সৰু ছোৱালীৰ ক্ষেত্ৰতো মৰমতে এই সম্বোধন ব্যৱহাৰ কৰে৷
Translation: a polite and respectful way of addressing an elderly woman. Sometimes also used to address a young girl, used as a synonym of daughter.
4
সংজ্ঞাবাচক বিশেষ্য
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উল্লেখযোগ্য উপনৈভূটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ মাজেদি বৈ মানাহত মিলিছে৷
Translation: A very important tributary of Brahmaputra in norther bank. Coming from Bhutan flowing through Kokrajhar and Bongaingaon district meets manah and together end at Brahmaputra
Translations in Other Languages
5 linked terms
English (English)
mother
Imported lexicon translation
→
mom
Imported lexicon translation
mammy
Imported lexicon translation
pox
Imported lexicon translation
Aai
Imported lexicon translation